আমাৰ অধিৱেশন সমুহ আৰু মুকলি অধিৱেশনৰ সভানেত্রী, মুখ্যঅতিথি, বিশিষ্ট অতিথি আৰু সম্পাদিকা সকল :

 

1.    প্রথম তেজপুৰ অধিৱেশন ১৯৭৫ চনৰ ৪ আৰু ৫ জানুৱাৰী।

সভানেত্রী - পদ্মশ্রী ইন্দিৰা মিৰি

2.    দ্বিতীয় মঙ্গলদৈ অধিৱেশন ১৯৭৬ চনৰ ৮ আৰু ৯ অক্টোবৰ।

সভানেত্রী - উষা ভট্টাচার্য

অভ্যর্থনা সমিতিৰ সভানেত্রী - বীণাপাণি বৰুৱা

যুটীয়া সম্পাদিকা - কিৰণ ডেকা আৰু বিজয়া চক্ৰৱৰ্তী

3.    তৃতীয় যোৰহাট অধিৱেশন ১৯৭৭ চনৰ ২২, ২৩ আৰু ২৪ অক্টোবৰ

সভানেত্রী- সুপ্রভা গোস্বামী

বিশিষ্ট অতিথি -o নৱনীতা দেৱ সেন

যুটীয়া সম্পাদিকা - নিৰু বৰুৱা আৰু কমলিনী বৰবৰা

অভ্যর্থনা সমিতিৰ সভানেত্রী - দেবেশ্বৰী বৰুৱা

4.    চতুর্থ নগাওঁ অধিৱেশন ১৯৭৮ চনৰ ১২, ১৩ আৰু ১৪ অক্টোবৰ

সভানেত্রী- নীলিমা দত্ত

মূখ্য অতিথি -o অনিমা গুহ

বিশিষ্ট অতিথি -o নিৰ্মলপ্ৰভা বৰদলৈ

অভ্যর্থনা সমিতিৰ সভানেত্রী - লিলি দেৱী

সমপাদিকা - হিৰণ্যময়ী দেৱী

5.    পঞ্চম গোলাঘাট অধিৱেশন ১৯৮০ চনৰ ৫ আৰু ৬ এপ্রিল

সভানেত্রী - দেৱেশ্বৰী বৰুৱা

অভ্যর্থনা সমিতিৰ সভানেত্রী - লতিকা বৰুৱা

সম্পাদিকা - অঞ্জলী বৰকাকতি আৰু স্বর্ণ শইকীয়া

6.    ষষ্ঠ নলবাৰী অধিৱেশন ১৯৮১ চনৰ ৩০ আৰু ৩১ মে'

সভানেত্রী - পুষ্পলতা দাস

অভ্যর্থনা সমিতিৰ সভানেত্ৰী - ক্ষীৰদা বুজৰবৰুৱা

সম্পাদিকা - ৰেণুকা শৰ্ম্মা

7.    সপ্তম উত্তৰ লক্ষীমপুৰ অধিৱেশন ১৯৮২ চনৰ ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ

সভানেত্ৰী - আৰতি শইকীয়া

অভ্যর্থনা সমিতিৰ সভানেত্রী - অমিয়া বৰা

সম্পাদিকা - স্বর্ণ ঢেকিয়ালফুকন

8.    অষ্টম তিনিচুকীয়া অধিৱেশন ১৯৮৪ চনৰ ১২, ১৩ আৰু ১৪ অক্টোবৰ।

সভানেত্রী - ফুলেশ্বৰী দত্ত

অভ্যর্থনা সমিতিৰ সভানেত্রী - হেমপ্রভা শইকীয়া

সম্পাদিকা - বীনা শৰ্ম্মা

9.    নৱম তেজপুৰ অধিৱেশন ১৯৮৪ চনৰ ২৪ আৰু ২৫ ডিচেম্বৰ

সভানেত্রী - o দীপালী দত্ত

বিশিষ্ট অতিথি o মামণি ৰয়চম গোস্বামী

অভ্যর্থনা সমিতিৰ সভানেত্ৰী - তৰুলতা শইকীয়া

যুটীয়া সম্পাদিকা - কমলা বৰুৱা আৰু আৰতি বৰা

10. দশম কলিয়াবৰ অধিবেশন ১৯৮৫ চনৰ ২৪, ২৫ আৰু ২৬ নবেম্বৰ

সভানেত্রী -o তৰুণা ঠাকুৰ

বিশিষ্ট অতিথি - নীলিমা দত্ত

অভ্যর্থনা সমিতিৰ সভানেত্রী - সাদৰী বৰা

যুটীয়া সম্পাদিকা - থানেশ্বৰী মজুমদাৰ

11. একাদশ তেজপুৰ অধিৱেশন ১৯৮৭ চনৰ ৪ আৰু ৫ জানুৱাৰী

সভানেত্রী - অবলা গোঁহাই

অভ্যর্থনা সমিতিৰ সভানেত্রী - প্রমীলা বৰুৱা

সমপাদিকা - ৰেণু হাজৰিকা আৰু অনু শইকীয়া

12. দ্বাদশ বৰপেটা অধিবেশন ১৯৮৮ চনৰ ১, ২ আৰু ৩ জানুৱাৰী।

সভানেত্রী - স্নেহ দেৱী

মুখ্য অতিথি - অমৃতা প্রীতম

বিশিষ্ট অতিথি - o মামনি ৰয়চম গোস্বামী

অভ্যর্থনা সমিতিৰ সভানেত্রী - মনোৰমা দাস

সম্পাদিকা - নিৰুপমা মিশ্র

13. ত্রয়োদশ বোকাখাত অধিবেশন ১৯৯০ চনৰ ৫, ৬ আৰু ৭ জানুৱাৰী

সভানেত্রী -o নিৰ্ম্মলপ্ৰভা বৰদলৈ

মুখ্য অতিথি - মীৰা শৰ্ম্মা

বিশিষ্ট অতিথি -o মামনি ৰয়চম গোস্বামী

অভ্যর্থনা সমিতিৰ সভানেত্রী - অন্নদা শইকীয়া

অভ্যর্থনা সমিতিৰ সম্পাদিকা - সুবর্ণ শইকীয়া বৰদলৈ

14. চতুর্দশ গুৱাহাটী অধিবেশন ১৯৯২ চনৰ ৩০ আৰু ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী।

সভানেত্রী - লক্ষহীৰা দাস

মুখ্য অতিথি - পদ্মা চচদেৱ

অভ্যর্থনা সমিতিৰ সভানেত্ৰী - নিৰুপমা কটকী

সম্পাদিকা - জীৱনমাধুৰী নেওগ বৰা

15. পঞ্চদশ নাজিৰা অধিবেশন ১৯৯৪ চনৰ ২, , ৪ আৰু ৫ জানুৱাৰী

সভানেত্রী - o মামণি ৰয়চম গোস্বামী

মুখ্য অতিথি -o প্রতিভা ৰয়

অভ্যর্থনা সমিতিৰ সভানেত্রী - লাৱণ্য দত্ত

সম্পাদিকা - উষা শইকীয়া  

16. ষষ্ঠদশ বিশ্বনাথ চাৰিআলি অধিবেশন ১৯৯৫ চনৰ ২২, ২৩, ২৪ আৰু ২৫ ডিচেম্বৰ।

সভানেত্রী - আলিমুননিছা পিয়াৰ

মুখ্য অতিথি - o মামনি ৰয়চম গোস্বামী

বিশিষ্ট অতিথি - স্নেহলতা চট্টোপাধ্যায়, ড সুস্মিতা ভট্টাচার্য

অভ্যর্থনা সমিতিৰ সভানেত্রী - কনকলতা নেওগ

সম্পাদিকা - ধনদা কলিতা

17. সপ্তদশ তিতাবৰ অধিবেশন ১৯৯৭ চনৰ ২৫, ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ।

সভানেত্রী - কেশদা মহন্ত

মুখ্য অতিথি -o মামনি ৰয়চম গোস্বামী

অভ্যর্থনা সমিতিৰ সভানেত্রী - অৰুণা শইকীয়া

বিশিষ্ট অতিথি - নীলিমা দত্ত, শুচিৱতা ৰায়চৌধুৰী

সম্পাদিকা - স্বর্ণ বৰুৱা গগৈ

18. অষ্টাদশ গোৱালপাৰা অধিৱেশন ২০০০ চনৰ ২৮, ২৯. ৩০ আৰু ৩১ জানুৱাৰী।

সভানেত্রী -o অনিমা গুহ

বিশিষ্ট অতিথি -o নিৰ্ম্মলপ্ৰভা বৰদলৈ

অভ্যর্থনা সমিতিৰ সভানেত্রী - লতিকা চৌধুৰী

সম্পাদিকা - নীলিমা পাটগিৰি

19. উনবিংশতিতম ধেমাজী অধিবেশন ২০০২ চনৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰী।

সভানেত্রী -o নীলিমা শৰ্ম্মা

মুখ্য অতিথি -o অনিমা গুহ

অভ্যর্থনা সমিতিৰ সভানেত্রী - অনিমা পাঠক

সম্পাদিকা - কবিতা গগৈ

20. বিংশতিতম্ চাবুৱা অধিবেশন ২০০৪ চনৰ ২৮, ২৯ আৰু ৩০ জানুৱাৰী।

সভানেত্রী - নিৰুপমা ফুকন

নির্দিষ্ট বক্তা - শ্রীযুত ফনিন্দ্ৰ কুমাৰ দেৱচৌধুৰী

মুখ্য অতিথি -o মামণি ৰয়চম গোস্বামী

অভ্যর্থনা সমিতিৰ সভানেত্রী - চন্দ্ৰা দত্ত

সমপাদিকা - অৰুনা দত্ত

21. একবিংশতিতম্ ৰঙিয়া অধিবেশন ২০০৬ চনৰ ৬, , আৰু ৮ জানুৱাৰী

সভানেত্রী - অহল্যা গগৈ

নির্দিষ্ট বক্তা - অনুৰাধা শৰ্মা পূজাৰী

মুখ্য অতিথি - কনকসেন ডেকা

অভ্যর্থনা সমিতিৰ সভানেত্রী - নিলীমা ডেকা

সম্পাদিকা - গৌৰী মহন্ত

22. দ্বাবিংশতিতম্ মৰাণ অধিবেশন ২০০৮ চনৰ ১৯, ২০, ২১ আৰু ২২ জানুৱাৰী।

সভানেত্রী - পদ্মশ্রীo শীলা বৰঠাকুৰ

মুখ্য অতিথি -o কবীন ফুকন

অভ্যর্থনা সমিতিৰ সভানেত্রী -o সুখ বৰুৱা

অভ্যর্থনা সমিতিৰ সম্পাদিকা - কল্পনা বৰা

প্রধান সম্পাদিকা - প্রতিমা বৰুৱা

23. ত্রয়োবিংশতিতম্ দক্ষিন চাৰিগাওঁ, যোৰহাট অধিবেশন, ২০১০ চনৰ ২০, ২১, ২২ আৰু ২৩জানুৱাৰী।

সভানেত্রী - সুনীতি সোনোৱাল

উদ্বোধক - পদ্মশ্রীo শীলা বৰঠাকুৰ

মুখ্য অতিথি - বিশিষ্ট লেখিকা ডo প্রতিভা ৰয়

সন্মানীয় অতিথি - মাননীয় শ্রীযুত তৰুণ গগৈ, মুখ্যমন্ত্রী (অসম)

বিজয় কৃষ্ণ সন্দিকৈ, সাংসদ (যোৰহাট লোকসভা সমষ্টি)

গৌতম বৰা, শিক্ষামন্ত্রী

অভ্যর্থনা সমিতিৰ সভানেত্রী - বিনীতা দত্ত

অভ্যর্থনা সমিতিৰ সম্পাদিকা - নিৰু বৰুৱা

প্রধান সম্পাদিকা - গীতা দাস

24. চর্তুবিংশতিতম্ বঙাইগাওঁ অধিবেশন ২০১২ চনৰ ১৯, ২০ আৰু ২১ জানুৱাৰী।

সভানেত্রী - বিনীতা দত্ত

উদ্ধোধক - পদ্মশ্রীo শীলা বৰঠাকুৰ

মুখ্য অতিথি -o চিত্রা মুদগল, বিশিষ্ট হিন্দী লেখিকা

বিশিষ্ট অতিথি -o হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী, অসম

চন্দন ব্রক্ষ্ম, পৰিবহন আৰু পৰ্য্যটন মন্ত্রী, অসম

o ৰীতা চৌধুৰী, বিশিষ্ট লেখিকা

কুমাৰ দীপক দাস, সাংসদ

ফনীভূষন চৌধুৰী, বিধায়ক, দক্ষিণ অভয়াপুৰী

চন্দন চৰকাৰ, বিধায়ক, দক্ষিণ অভয়াপুৰী

শংকৰ প্ৰসাদ ৰয়, সভাপতি সদৌ অসম ছাত্র সন্থা

অভ্যর্থনা সমিতিৰ সভানেত্রী -o শান্তনাময়ী মজুমদাৰ

অভ্যর্থনা সমিতিৰ সম্পাদিকা- ৰমলা ৰায় চৰকাৰ।

25. পঞ্চবিংশতিতম্ ডুমডুমা অধিবেশন ২০১৪ চনৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰী।

সভানেত্ৰী - নিৰুপমা মিশ্র নির্দিষ্ট বক্তা ৰুমী লস্কৰ বৰা

মুখ্য অতিথি - কাজল ওজা বৈদ্য বিশিষ্ট লেখিকা (গুজৰাট)

অভ্যর্থনা সমিতিৰ সভানেত্রী - বীনা ডেকা

অভ্যর্থনা সমিতিৰ সম্পাদিকা - ৰেখা গগৈ শইকীয়া

26. ষষ্ঠবিংশতিতম্ ধুবুৰী অধিবেশন ২০১৬ চনৰ ৬, , ৮ আৰু ৯ ফেব্ৰুৱাৰী।

সভানেত্রী -o সুখ বৰুৱা।

অভ্যর্থনা সমিতিৰ সভানেত্রী - অঞ্জলি ব্রহ্ম

অভ্যর্থনা সমিতিৰ সম্পাদিকা - চেলীমা চুলতানা আহমেদ আৰু মণিতা বৰুৱা

27. সপ্তবিংশতম দ্বিবার্ষিক অধিৱেশন ২০১৮ চনৰ ২৭,২৮,২৯ আৰু ৩০ জানুৱাৰী।

স্থান - টিহু, নলবাৰী।

সভানেত্রী - স্বর্ণ বৰুৱা গগৈ।

28. অষ্টবিংশতম দ্বিবার্ষিক অধিৱেশন ২০২০ চনৰ ২৯,৩০ আৰু ৩১ জানুৱাৰী।

স্থান- ধেমাজী।

সভানেত্রী - আভা বৰা

সম্পাদিকা - দর্পনা বৰা নেওঁগ

অভ্যর্থনা সভানেত্রী - বিমলা গগৈ

অভ্যর্থনা সম্পাদিকা - জ্যোৎস্না গগৈ

29. ২৯ তম দিবার্ষিক অধিবেশন ১৩,১৪,১৫ আৰু ১৬ অক্টোবৰ, ২০২২

স্থান - শিৱসাগৰ

সভানেত্রী - ড০ চাৰু চহৰীয়া নাথ

সম্পাদিকা - ড০ থুনু কলিতা