প্ৰতিষ্ঠাৰ
দিনৰে পৰা সদৌ
অসম লেখিকা
সমাৰোহ
সমিতিয়ে
এতিয়ালৈকে
আয়োজন কৰা
আলোচনা চক্ৰৰ
নিৰ্বাচিত
বিষয় সমুহঃ
1.
সাহিত্য
আৰু সমাজ
2.
শিক্ষিতা
মহিলাৰ
সামাজিক আৰু মনঃস্তাত্বিক
সমস্যা
3.
লেখিকাৰ
পুথি প্ৰণয়নৰ
সমস্যা
4.
অসমৰ
সাম্প্ৰতিক
আন্দোলনত
সাংবাদিকৰ
ভূমিকা
5.
অসমীয়া
ভাষা সাহিত্য
সংস্কৃতিৰ
অস্তিত্ব
ৰক্ষাত লেখিকাৰ
কৰ্তব্য
6.
সাংবাদিকতাত
মহিলা
7.
অসমীয়া
সাহিত্যত
অনুবাদ
সাহিত্যৰ
স্থান
8.
সাহিত্যত
মনঃস্তত্ব
9.
পুৰুষ
লেখকৰ দ্বাৰা
বিশ্লেষিত
নাৰী মন আৰু নাৰী
মনঃস্তত্বৰ
প্ৰকৃততাৰ
বিচাৰ
10. বর্তমান প্রচলিত পাঠ্য
পুথিৰ
সাহিত্যিক
মূল্যায়ন
11. নাৰী
নির্যাতন
এক বাস্তৱ
সমস্যা ইয়াৰ
প্ৰতিকাৰৰ
উপায়
12. অসমীয়া
সাহিত্যত
আধুনিক
কবিতাৰ স্থান
13. অসমীয়া
সাহিত্যত
উপন্যাসৰ
স্থান
14. নলিনীবালা
দেৱী আৰু ধৰ্মেশ্বৰী
দেৱী
বৰুৱানীৰ
কবিতাৰ তুলনা
মূলক আলোচনা
15. মহাকাব্যত
নাৰী চৰিত্ৰ
16. সমাজ
সংগঠনত
নৈতিকতাৰ
প্ৰয়োজনীয়তা
আৰু লেখিকাৰ
ভূমিকা
17. বর্তমান গণতান্ত্রিক
শাসন পদ্ধতিত
ন্যায়পালিকাৰ
স্বাতন্ত্র্য
অটুট ৰখাৰ
প্ৰয়োজনীয়তা
18. ছাত্ৰৰ
অনুশাসনহীনতা
শৈক্ষিক-
সামাজিক মনঃস্তাত্বিক
কাৰণ আৰু ইয়াৰ
প্ৰতিকাৰৰ বাবে
শিল্পী
সাহিত্যিকৰ
দায়িত্ব
19. শিশু
শ্রমিক
এটা জাতীয়
সমস্যা, ইয়াৰ
সমাধানৰ উপায়
20. স্বাধীনোত্তৰ
যুগত লেখা ভাৰতীয়
উপন্যাসত
নাৰী চৰিত্ৰ
বিশ্লেষণৰ দৃষ্টিভঙ্গী
21. সাংবাদিকতা
আৰু ইয়াৰ সংবদ্ধন
22. বিদ্যাপ্রভা
ভৰালী আৰু নীলিমা
দত্তৰ কবিতা সর্ম্পকে
আলোচনা
23. কাব্যভাৰতী ধৰ্মেশ্বৰী
বৰুৱানীৰ কাব্যপ্ৰতিভা
আৰু জীৱন দর্শনত
আলোকপাত
24. যোৱা
দুই দশকৰ গল্প
সাহিত্যত
নাৰী মনৰ
গভীৰতাৰ
স্পৰ্শ
25. শংকৰদেৱৰ
পত্নীপ্রসাদ
নাটকত নাৰী
মুক্তিৰ
ভাৱনা
26. কুৰি
শতিকাৰ প্ৰথম
তিনি দশকৰ
লেখিকাৰ গল্প
27. মৃচ্ছকটিকা
আৰু সমসাময়িক
সমাজ
28. নাৰী
আৰু প্ৰজ্ঞাৰ
সাধনা
29. অসমীয়া
সাহিত্যত
জনজাতীয় নাৰী
30. মধ্যযুগৰ
ইতিহাসত
অসমীয়া নাৰী
(বুৰঞ্জী সন্মিলন)
31. ভাৰতৰ
স্বাধীনতা
আন্দোলনত
অসমীয়া
মহিলাৰ অৱদান
(বুৰঞ্জী
সন্মিলন)
32. অসমীয়া
গল্প
সাহিত্যৰ
যোৱা বাৰটা
বছৰ
33. বিশ্বায়ন
34. নব
প্রজন্ম
আৰু জাতীয় চেতনাবোধ
35. অসমীয়া
ভাষা
সাহিত্যলৈ ডঃ মাইলছ ব্ৰনচনৰ
অৱদান
36. হীৰেন
ভট্টাচাৰ্যৰ
কবিতাত জীৱন
এষণা
37. ৰসৰাজ
লক্ষ্মীনাথ
বেজবৰুৱাৰ
সাহিত্যত
জাতীয় চেতনা
বোধ
38. কল্প
শিল্পী
দীপালী বৰঠাকুৰৰ
গীতৰ ওপৰত
আলোকপাত
39. গীতি
সাহিত্য
40. অসমৰ
সাম্প্ৰতিক
পৰিস্থিতি
আৰু জাতীয় চেতনাবোধ
41. ঐক্য
সংহতি
স্থাপনত
জাতীয় চেতনাবোধ
42. বিশ্বায়ন
ব্যৱস্থাত
আমাৰ
সংস্কৃতিৰ
সংকট
43. ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদৰ
গীতত জাতীয় চেতনাবোধ
44. অসমীয়া
ভাষা
সংস্কৃতিলৈ জনগোষ্ঠীসমুহৰ
অৱদান
45. শিশুৰ
বাবে সাহিত্য
কেনে হোৱা
উচিত
46. শিশু
উপন্যাসৰ
ৰীতি
47. আধুনিক
কাব্য
সাহিত্যত মানৱতাবাদ
48. সমপ্রীতি
আৰু সম্বন্বয়ৰ
সেতুবন্ধনত
অসম আৰু
পশ্চিমবঙ্গৰ
অনুবাদ
সাহিত্যলৈ
অৱদান
49. কাজিৰঙা
ৰাষ্ট্ৰীয়
উদ্যান সংৰক্ষন
আৰু স্থিতি
50. অসমীয়া
সমাজৰ
বৰ্তমান
সমস্যা আৰু
ইয়াৰ প্ৰতিকাৰৰ
উপায় ইত্যাদি।
51. ৰত্নপীঠৰ
জনজীৱন আৰু নান্দনিক
কলা
52. গোৱালপৰীয়া
লোকগীতৰ আলোচনাচক্র
53. ৰামায়নী
সাহিত্য।
54. মৃত্যুৰ
আগেয়ে পঢ়িব
লগা গ্রন্থসমূহ।
55. গীতি
সাহিত্যত
অসমীয়া মহিলা, সামাজিক
সাংস্কৃতিক প্রেক্ষাপট
আৰু
প্ৰত্যাহ্বান।
56. সাম্প্রতিক প্রেক্ষাপটত
অসমীয়া
সাহিত্য, প্রত্যয় আৰু প্রত্যাহবান।
57. লেখিকা
আৰু তেওলোকৰ
পৃথিৱী।
58. অসমীয়া
সাহিত্যৰ
উত্তৰণত
মহিলা লেখকৰ
অৱদান