বিভিন্ন
সময়ত গ্রহন
কৰা প্ৰস্তাৱ সমুহঃ
১.
লেখিকাৰ
সমবায় সংঘ গঠন
২. মহিলাক
সাহিত্যিক
পেঞ্চন দান সমর্পকে
আবেদন
৩.
শ্বিলঙৰ
অনাতাঁৰ
কেন্দ্ৰৰ পৰা
অসমীয়া বাতৰি
প্ৰচাৰ
৪. বৰপেটা
কীৰ্ত্তন ঘৰত
নাৰী প্ৰবেশ
অধিকাৰ
৫. বাতৰি
কাকতবোৰত
মহিলা শিতান
আৰু মহিলা বাতৰি
দিওঁতা
নিয়োগ
৬.
লেখিকাৰ
জীৱনী প্রণয়ন
৭. বিদেশী
নাগৰিক বহিস্কৰণ
৮. অসমীয়া
মাধ্যমত
শিক্ষাদান
৯. অভাৱগ্রস্তা
লেখিকাৰ পুথি
প্রকাশ
১০. অফিচ
আদালতত বাধ্যতামুলক
অসমীয়া ভাষা প্রয়োগ
কৰা
১১. পুৰণি
পুথি সংগ্ৰহ
১২. ভ্রাম্যমান
পুথিভঁৰাল
গঠন
১৩.
মহিলাৰ বাবে
কৰ্ম্ম
সংস্থাপনৰ
ব্যৱস্থা
১৪. মূল্য
বৃদ্ধি ৰোধ
১৫.
চিকিৎসালয়ত
মহিলাৰ
চিকিৎসাৰ সু-ব্যৱস্থা
১৬.
চাকৰিয়াল
মহিলাৰ বাবে
আবাস গৃহ
১৭.
অসমীয়া ভূ-সমপত্তি
অনাঅসমীয়াক
বিক্ৰী কৰাত বাধাদান
১৮. নাৰী
নিৰ্যাতনৰ
সুবিচাৰ আৰু
কঠোৰ শাস্তিদান
১৯. অসমত
বিদেশী
নাগৰিকৰ
সমস্যা
সমাধানৰ বাবে
চৰকাৰৰ ওচৰত
গোহাৰি
২০. আন্দোলনকাৰীৰ
ওপৰত
নিৰ্যাতন
বন্ধ কৰিবলৈ
গোহাৰি
২১. অসমৰ
বাহিৰৰ
সাংবাদিকৰ প্ৰৰোচনামূলক
ভুল তথ্য
পৰিবেশনৰ
নিন্দা
২২. অসমৰ
থলুৱা ৰাইজৰ
ভাষা সাহিত্য
সংস্কৃতিৰ
স্বাৰ্থৰ হকে
কাম কৰিবলৈ
চৰকাৰলৈ দাবী
২৩. দমন
নীতিৰে গণতান্ত্রিক
আন্দোলন বন্ধ
কৰাৰ নিন্দা
২৪. উত্তৰ
লক্ষীমপুৰ
জিলাত
যাতায়তৰ
সুব্যৱস্থা
২৫. অসমৰ
সমবায় মৰাপাট
কল পুনৰ
শীঘ্ৰে
চলোৱাৰ
ব্যৱস্থা
২৬. অনা
অসমীয়া
মাধ্যমৰ
বিদ্যালয়ত বাধ্যতামুলক
ভাৱে অসমীয়া
শিকোৱাৰ
ব্যৱস্থা
কৰিবলৈ দাবী
২৭. উত্তৰ পূৰ্বাঞ্চলৰ
বাবে
সাংস্কৃতিক
কেন্দ্ৰ অসমত
পাতিবলৈ গোহাৰি
২৮. কেন্দ্রীয়
বিশ্ববিদ্যালয়খন
ব্রহ্মপুত্র
উপত্যকাত
পাতিবলৈ
গোহাৰি
২৯.
বিশ্বৰ
শ্ৰেষ্ঠ
সাহিত্যৰ
অনুবাদ কৰা
৩০.
অশ্লীল
সাহিত্য
বৰ্জন কৰা
৩১. অসমৰ
বাট-পথ মহিলা
কবি
সাহিত্যিকৰ
নামত নামকৰণ
কৰিবলৈ দাবী
৩২.
কেইবাগৰাকীও
লেখিকাক
সাহিত্যিক
পেঞ্চন দিবলৈ
চৰকাৰৰ ওচৰত
আবেদন
৩৩. সদৌ
অসম লেখিকা
সমাৰোহ
সমিতিৰ তৰফৰ
পৰা বিশিষ্টা
লেখিকাক সময়ে সময়ে
উপাধি আৰু
সন্মান
প্ৰদান কৰাৰ সমর্পকে প্রস্তাৱ
৩৪. শিশু
উপযোগী
বিদেশী পুথি
অসমীয়ালৈ
অনুবাদ কৰাত
গুৰুত্ব আৰোপ
৩৫. সামপ্রতিক
পৰিস্থিতিত
নাৰীৰ ওপৰত
নিৰ্মম আৰু নিৰ্লজ
ব্যৱহাৰ ৰোধ
কৰিবৰ বাবে
চৰকাৰক দাবী
জনাই প্রস্তাৱ
৩৬. বয়বস্তুৰ
মূল্য বৃদ্ধি
ৰোধ
৩৭.
মধুপুৰ সত্ৰৰ
ৰক্ষণাবেক্ষণৰ
দাবী জনাই চৰকাৰলৈ
প্ৰস্তাৱ
প্ৰেৰণ
৩৮. অসমত
মহিলা
বিশ্ববিদ্যালয়
স্থাপনৰ বাবে চৰকাৰলৈ
প্ৰস্তাৱ
প্ৰেৰণ
৩৯. গোগামুখৰ
পৰা ঢকুৱাখানালৈ
যোৱা মূল
পথছোৱাৰ
যাতায়তৰ
উপযোগী কৰি
ৰাইজক সুবিধা
প্ৰদান কৰিবৰ
বাবে চৰকাৰক
দাবী
৪০.
বানপানীৰ
কবলৰ পৰা
ৰাইজক
সুৰক্ষা
প্ৰদান কৰিবলৈ
চৰকাৰক
প্ৰস্তাৱ
প্ৰেৰণ
৪১. বিশ্ব ঐতিহ্যক্ষেত্র
মাজুলীক ৰক্ষনা-বেক্ষন
দিবলৈ
চৰকাৰলৈ
প্ৰস্তাৱ
প্ৰেৰণ
৪২. বিশ্ব ঐতিহ্যক্ষেত্র
কাজিৰঙা
ৰাষ্ট্ৰীয়
উদ্যান আৰু এশিঙিয়া
গড় সুৰক্ষাৰ
বাবে
প্ৰস্তাৱ
প্ৰেৰণ
৪৩.
সাহিত্য অঁকাডেমিত
সদৌ অসম
লেখিকা
সমাৰোহ
সমিতিৰ সদস্য
ভৰ্ত্তিৰ
বাবে
প্ৰস্তাৱ
প্ৰেৰণ
৪৪.
দিল্লী সংসদ
ভৱনত শহীদ
কণকলতাৰ আৱক্ষমূর্তি
স্থাপন
কৰিবলৈ
মুখ্যমন্ত্ৰীৰ
যোগেদি
কেন্দ্ৰীয়
চৰকাৰলৈ
প্ৰস্তাৱ
প্ৰেৰণ ইত্যাদি।
৪৫. বেংকৰ
লেনদেন আৰু
যাৱতীয় কাম
কাজবোৰ নতুন সমিতিলৈ
হস্তান্তৰ হব
লাগে
৪৬. বেংকৰ
ধনৰ লেনদেনৰ
কাৰ্য
কোষাধ্যক্ষ
আৰু সভানেত্রী
নাইবা
কোষাধ্যক্ষ
আৰু প্ৰধান
সম্পাদিকাৰ দ্বাৰা
সম্পন্ন হব
লাগে
৪৭.
যিহেতু
লেখিকাৰ হোৱাটচ্এপ
গ্ৰুপটো মূল
উদ্দেশ্যৰ
পৰা ফালৰি
কাটিছে, ইয়াৰ
এটা সুব্যবস্থা
কৰিব লাগে
৪৮. সদৌ
অসম লেখিকা
সমাৰোহ
সমিতিৰ কেন্দীয়
কার্যালয়ৰ
ভাড়াৰ ধন আদি সভানেত্রী
আৰু প্রধান
সম্পাদিকাৰ
হাতত ৰখাৰ ব্যবস্থা
কৰিব লাগে