জাতীয় চেতনা দিৱস উদযাপনৰ স্থান

২০০২ চনত পদ্মশ্রীশীলা বৰঠাকুৰে আগবঢ়োৱা প্ৰস্তাৱ মর্মে বীৰাঙ্গনা কনকলতাৰ স্মৃতিত প্ৰতি বছৰে

২০ ছেপ্তেম্বৰ দিনতো জাতীয় চেতনা দিৱস হিচাবে পালন কৰিবলৈ সিদ্ধান্ত লয়। সেইমর্মে

 

২০০২ চনত

শংকৰদেৱ কলাক্ষেত্র (গুৱাহাটী)

২০০৩ চনত

দেৰগাঁও

২০০৪ চনত

শিৱসাগৰ নাট্য মন্দিৰ

২০০৫ চনত

গৌৰীপুৰ

২০০৬ চনত

ডুমডুমা

২০০৭ চনত

শলাল তেলাহী কমলাবৰীয়া হাইস্কুল, লক্ষীমপুৰ

২০০৮ চনত

ডুমডুমা মহাবিদ্যালয়, ডুমডুমা

২০০৯ চনত

ছিপাঝাৰ মহাবিদ্যালয়, ছিপাঝাৰ

২০১০ চনত

ডিব্ৰুগড় সাহিত্যসভা ভৱন

২০১১ চনত

অম্বিকাগিৰি বাণীকান্ত সাহিত্যসভা ভৱন, বৰপেটা

২০১২ চনত

মৰিগাও বিহুতলী প্রাঙ্গন

২০১৩ চনত

হৰিগায়ত্ৰী দাস মহাবিদ্যালয়, আজাৰা

২০১৪ চনত

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়

২০১৫ চনত

ধেমাজী, মৰিধল কলেজ

২০১৬ চনত

বিশ্বনাথ চাৰিআলি নাট্যমন্দিৰ

২০১৭ চনত

নগাওঁ জিলা পুথিভঁৰাল

২০১৮ চনত

গুৱাহাটী, লক্ষীৰাম বৰুৱা সদন

২০১৯ চনত

কলিয়াবৰ

২০২০ চনত

ৰঙিয়া (২০২১ চনৰ ২৪ জানুৱাৰী, ৰঙিয়া শাখাৰ দ্বাৰা।)

২০২১ চনত

ধুবুৰী, চাপৰ প্ৰগতি ভৱন (৫ অক্টোৱৰ, ২০২১, চাপৰ শাখাৰ দ্বাৰা)