আমাৰ বঁটা সমুহঃ

 

. আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা (প্রত্যেক বছৰে ১৭ ডিচেম্বৰত একো গৰাকী বিশিষ্ট শিল্পীক প্রদান কৰা হয়।)

দাতা সদৌ অসম লেখিকা সমাৰোহ সমিতি

. শ্বহীদ কণকলতা বঁটা (প্ৰতিবছৰেই ২০ ছেপ্টেম্বৰত এগৰাকী স্বাধীনতা যুজাৰু মহিলাক প্ৰদান কৰা হয়)

দাতা - শ্রীযুতা ৰেখা ফুকন (মাতৃ ৰাজকুমাৰী জয়দা চেতীয়াৰ স্মৃতিত)

. বিষ্ণুৰাভা বঁটা প্ৰাপক, নৃত্য শিল্পী প্রয়াত ষড়ানন বৰঠাকুৰৰ সোঁৱৰণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সু-সংগঠকৰ বঁটা

(প্ৰতিবছৰেই ৩ জুনত প্ৰদান কৰা হয়)

দাতা - পদ্মশ্রী শীলা বৰঠাকুৰ আৰু ডঃ সঞ্জীৱ বৰঠাকুৰ।

. পদ্মশ্রী চন্দ্রপ্রভা শইকীয়ানী স্মৃতি বঁটা।

দাতা - শ্রীযুতা ৰম্ভা চেলেং (স্বামী শৈল্য চেলেংৰ স্মৃতিত)

. লেখিকা সমাৰোহ সাহিত্য বঁটা।

দাতা সদৌ অসম লেখিকা সমাৰোহ সমিতি

. কাব্য ভাৰতী নলনীৱালা দেবী সাহিত্য বঁটা।

দাতা- দক্ষিন চাৰিগাওঁ শাখা, লেখিকা সমাৰোহ সমিতি, যোৰহাট।

. সমপ্রীতি (টুকটুক) শইকীয়া শিশু সাহিত্য বঁটা।

দাতা ডঃ বন্দিতা গোস্বামী শইকীয়া।

. বীনা শর্মা স্মৃতি শিশু সাহিত্য বঁটা।

দাতা কৃষ্ণা দেবী (শাহু আইৰ স্মৃতিত)।

ইয়াৰ উপৰিও সদৌ অসম লেখিকা সমাৰোহ সমিতিলৈ নিঃস্বার্থ সেৱা আগবঢ়োৱা সত্তৰ বছৰ উৰ্দ্ধৰ মহিলা সকলক

সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে "সদস্যাৰত্ন" উপাধি প্ৰদান কৰি আহিছে।

. সমাজৰত্ন আৰতি শইকীয়া সোঁৱৰণী বঁটা।

১০. হেমচন্দ্র শর্মা শিশু সাহিত্য বঁটা।

১১. ড০ ইন্দিৰা দত্ত অনুবাদ সাহিত বঁটা

১২. জিনু কোঁৱৰ সোঁৱৰণী সংস্কৃতি সাধনা বঁটা

১৩. স্বর্ণ হাজৰিকা মহিলা সাংবাদিকতা বঁটা

১৪. অনুভা বৰুৱা সোঁৱৰণী লেখিকা গৰিমা বঁটা